প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জয়ন্তী উপলক্ষে স্বামী বিবেকানন্দক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 12 JAN 2025 10:18AM by PIB Guwahati

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে স্বামী বিবেকানন্দ যুৱক-যুৱতীসকলৰ বাবে এক চিৰন্তন প্ৰেৰণা, যিয়ে যুৱ মনত আবেগ আৰু উদ্দেশ্য জগাই ৰাখিছে।

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

"জয়ন্তী উপলক্ষে স্বামী বিবেকানন্দৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁ যুৱক-যুৱতীসকলৰ বাবে এক চিৰন্তন প্ৰেৰণা, যিয়ে যুৱ মনত আবেগ আৰু উদ্দেশ্য জগাই ৰাখিছে। আমি তেওঁৰ শক্তিশালী আৰু উন্নত ভাৰতৰ সপোন পূৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।"

 

***

MJPS/VJ/DB


(Release ID: 2093482) Visitor Counter : 16