প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আজি উদ্বোধন কৰা প্ৰকল্পসমূহে দিল্লীৰ জনসাধাৰণক শক্তিশালী কৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
03 JAN 2025 12:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে আজি উদ্বোধন কৰা প্ৰকল্পসমূহে দিল্লীৰ জনসাধাৰণক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে:
"দিল্লীৰ জনসাধাৰণক উন্নত সুযোগ আৰু জীৱনৰ মানৰ সৈতে শক্তিশালী কৰাটো আমাৰ অটল প্ৰতিশ্ৰুতি যি আজি উদ্বোধন কৰা প্ৰকল্পসমূহত প্ৰতিফলিত হৈছে!"
***
MJPS/SR/RT/MK/ID
(रिलीज़ आईडी: 2089952)
आगंतुक पटल : 53
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam