প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শেহতীয়া বিদেশ শেহতীয়া আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণে ভাৰতৰ বিশ্ব অংশীদাৰিত্ব যথেষ্ট শক্তিশালী কৰিছে, মহাদেশসমূহৰ মাজত কৌশলগত আৰু অৰ্থনৈতিক সহযোগিতা আৰু সাংস্কৃতিক সম্পৰ্ক বৃদ্ধি কৰিছে: প্ৰধানমন্ত্ৰী ভাৰতৰ বিশ্ব অংশীদাৰিত্ব যথেষ্ট শক্তিশালী কৰিছে, মহাদেশসমূহৰ মাজত কৌশলগত আৰু অৰ্থনৈতিক সহযোগিতা আৰু সাংস্কৃতিক সম্পৰ্ক বৃদ্ধি কৰিছে: প্ৰধানমন্ত্ৰী

Posted On: 31 DEC 2024 8:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে শেহতীয়া আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণে ভাৰতৰ বিশ্ব অংশীদাৰিত্বক যথেষ্ট শক্তিশালী কৰাই নহয়, মহাদেশসমূহৰ মাজত কৌশলগত আৰু অৰ্থনৈতিক সহযোগিতা আৰু সাংস্কৃতিক সম্পৰ্কও বৃদ্ধি কৰিছে।

 প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হেণ্ডেলত কোৱা হৈছে যে-

“প্ৰধানমন্ত্ৰী @narendramodiৰ শেহতীয়া আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণে ভাৰতৰ বিশ্ব অংশীদাৰিত্ব যথেষ্ট শক্তিশালী কৰিছে, সমগ্ৰ মহাদেশত কৌশলগত আৰু অৰ্থনৈতিক সহযোগিতা আৰু সাংস্কৃতিক সম্পৰ্ক বৃদ্ধি কৰিছে।”

***

MJPS/SR/DB/NB


(Release ID: 2089488) Visitor Counter : 12