প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ তামিলনাডুৰ ৰাজ্যপালৰ

পোষ্ট কৰা হৈছে: 24 DEC 2024 12:38PM by PIB Guwahati

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবিয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত এনেদৰে পোষ্ট কৰিছে:

"তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবিয়ে প্ৰধানমন্ত্ৰীক @narendramodi সাক্ষাৎ কৰে ।"

 

***

MJPS/VJ/HS/ID


(ৰিলিজ আই ডি : 2087602) অতিথি কক্ষ : 66