প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিজয় দিৱস উপলক্ষে বীৰ জোৱানসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
16 DEC 2024 9:03AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজয় দিৱস উপলক্ষে বীৰ জোৱানসকলক শুভেচ্ছা জনায়।
এক্সৰ এটা পোষ্টত তেওঁ লিখে-
‘আজি বিজয় দিৱসত আমি ১৯৭১ চনত ভাৰতৰ ঐতিহাসিক বিজয়ত অৰিহণা যোগোৱা বীৰ জোৱানসকলৰ সাহস আৰু ত্যাগক সন্মান জনাইছো। তেওঁলোকৰ নিস্বাৰ্থ নিষ্ঠা আৰু অটল সংকল্পই আমাৰ দেশখনক ৰক্ষা কৰিছিল আৰু আমাৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল। এই দিৱস তেওঁলোকৰ অসাধাৰণ বীৰত্ব আৰু অটল মনোভাৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁলোকৰ ত্যাগে সদায় নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব আৰু আমাৰ দেশৰ ইতিহাসত গভীৰভাৱে খোদিত হৈ ৰ’ব।”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2084711)
आगंतुक पटल : 57
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada