প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মহামণ্ডলেশ্বৰ স্বামী শান্তিগিৰি মহাৰাজক সাক্ষাৎ কৰে
प्रविष्टि तिथि:
14 NOV 2024 6:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহামণ্ডলেশ্বৰ স্বামী শান্তিগিৰি মহাৰাজক সাক্ষাৎ কৰে আৰু দৰিদ্ৰ তথা পিছপৰা লোকসকলক সবলীকৰণ কৰিবলৈ তেওঁ চলোৱা প্ৰচেষ্টাৰ শলাগ লয়।
এক্সত কৰা এটা পোষ্টত তেওঁ লিখিছে:
“ছত্ৰপতি সম্ভাজী নগৰত মহামণ্ডলেশ্বৰ স্বামী শান্তিগিৰি মহাৰাজক সাক্ষাৎ কৰিলোঁ। তেওঁ অনেক সামুদায়িক সেৱা কাৰ্যৰ আগভাগ লৈ আছে আৰু দৰিদ্ৰ তথা পিছপৰা লোকসকলক সবলীকৰণ কৰিবলৈ কাম কৰি আছে।”
“छत्रपती संभाजी नगर इथे महामंडलेश्वर स्वामी शांतीगिरी महाराज यांची भेट घेतली. ते विविध प्रकारच्या सामुदायिक सेवा उपक्रमांमध्ये आघाडीवर आहेत आणि गरीब तसेच वंचितांना सक्षम बनवण्याचे काम करत आहेत.”
**********
MJPS/SR
(रिलीज़ आईडी: 2075072)
आगंतुक पटल : 45
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam