প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু শাসনৰ বাবে তথ্যৰ ওপৰত গুৰুত্ব দিয়াটো সামগ্ৰিক বিকাশ প্ৰাপ্ত কৰা আৰু গোলকীয় জীৱনৰ পৰিবৰ্তনৰ মূল চাবিকাঠি : প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 20 NOV 2024 5:04AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰুত্ব আৰোপ কৰে যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু শাসনৰ তথ্য হৈছে সামগ্ৰিক বিকাশ প্ৰাপ্ত কৰা আৰু গোলকীয় জীৱনৰ পৰিবৰ্তনৰ মূল চাবিকাঠি।

বিশ্ব বাণিজ্য সংস্থাৰ সঞ্চালক প্ৰধান ড০ গজি ওকোঞ্জো-ইৱেৱালাৰ এটা পোষ্টৰ সঁহাৰি দি শ্ৰী মোদীয়ে কয়:

"আপোনাৰ সমৰ্থন আৰু মূল্যৱান অন্তৰ্দৃষ্টিৰ বাবে আপোনাক ধন্যবাদ। ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু শাসনৰ বাবে তথ্যৰ ওপৰত গুৰুত্ব দিয়াটো সামগ্ৰিক বিকাশ প্ৰাপ্ত কৰা আৰু গোলকীয় জীৱনৰ পৰিবৰ্তনৰ মূল চাবিকাঠি। @NOIweala"

***

MJPS/SR/MK/AT


(रिलीज़ आईडी: 2074926) आगंतुक पटल : 61
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam