প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বাৰাণসীত ‘দেৱ দীপাৱলী’ উদযাপনৰ বাবে আনন্দ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
15 NOV 2024 10:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘দেৱ দীপাৱলী’ উপলক্ষে লাখ লাখ বন্তিৰে জিলিকি উঠা কাশীক লৈ আনন্দ প্ৰকাশ কৰে।
‘এক্স’ত প্ৰেৰণ কৰা এটা ‘পোষ্ট’ত শ্ৰী মোদীয়ে লিখিছে:
"দেৱ দীপাৱলীত বাবা বিশ্বনাথৰ চহৰ কাশীৰ বৰ্ণাঢ্য ৰূপ, লাখ লাখ বন্তিৰে আলোকিত হৈ মনক আকৰ্ষিত কৰে। দীপদানৰ এই পৰম্পৰাৰ সমগ্ৰ বিশ্বৰ মানুহেই সাক্ষী হৈছে। মা গঙ্গাৰ পাৰত ঐশ্বৰিক শিখা বিয়পি থাকক, সকলোৰে জীৱন সুখ, শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্যৰে আলোকিত হওক। ”
pic.twitter.com/6G9dCDKMS6
— Narendra Modi (@narendramodi) November 15, 2024
***
MJPS/SR/KB
(ৰিলিজ আই ডি : 2074192)
অতিথি কক্ষ : 48
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam