প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দীপাৱলী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

পোষ্ট কৰা হৈছে: 31 OCT 2024 7:30AM by PIB Guwahati

আজি দীপাৱলী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনাইছে।

এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়,

“"দেশবাসীলৈ দীপাৱলীৰ বহুত বহুত শুভেচ্ছা জনালোঁ। পোহৰৰ এই ঐশ্বৰিক উৎসৱত সকলোকে সুস্থ, সমৃদ্ধি আৰু সৌভাগ্যৱান জীৱনৰ কামনা কৰিলোঁ। মা লক্ষ্মী আৰু ভগৱান শ্ৰী গণেশে সকলোৰে কল্যান সাধন কৰক।"

***

MJPS/RT/DB


(ৰিলিজ আই ডি : 2070027) অতিথি কক্ষ : 69