কেবিনেট
কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ আৰু পেঞ্চনাৰসকলক মৰগীয়া সকাহৰ তিনি শতাংশ অতিৰিক্ত কিস্তিত অনুমোদন জনাইছে
प्रविष्टि तिथि:
16 OCT 2024 3:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে মূল্যবৃদ্ধিৰ বিপৰীতে মূল্যবৃদ্ধিৰ ক্ষতিপূৰণৰ বাবে বেছিক পে/পেন্সনৰ বিদ্যমান হাৰ ৫০ শতাংশৰ সৈতে তিনি শতাংশ (৩%) বৃদ্ধি প্ৰতিনিধিত্ব কৰি ০১.০৭.২০২৪ তাৰিখে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মৰগীয়া বানচ (ডিএ) আৰু পেন্সনাৰসকলৰ মৰগীয়া সকাহ (ডিআৰ)ৰ অতিৰিক্ত কিস্তিত অনুমোদন জনাইছে।
এই বৃদ্ধি সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শৰ ওপৰত আধাৰিত। মৰগীয়া বানচ আৰু মৰগীয়া সকাহ দুয়োটাৰ বাবে ৰাজকোষৰ ওপৰত সম্মিলিত প্ৰভাৱ হ'ব বছৰি ৯,৪৪৮.৫ কোটি টকা।
ই প্ৰায় ৪৯.১৮ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৪.৮৯ লাখ পেন্সনাৰক লাভান্বিত কৰিব।
*****
MJPS/BM/SKS/MK/AT
(रिलीज़ आईडी: 2065412)
आगंतुक पटल : 185
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam