প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হাৰিয়ানাৰ কাইথালত সংঘটিত পথ দুৰ্ঘটনাত ভালেমান লোকৰ প্ৰাণহানি, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
12 OCT 2024 1:48PM by PIB Guwahati
হাৰিয়ানাৰ কাইথালত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰাৰ লগতে নিহত লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰি লিখিছে :
‘হাৰিয়ানাৰ কাইথালত যি পথ দুৰ্ঘটনা সংঘটিত হৈছে সেয়া হৃদয় বিদাৰক। প্ৰাণ হেৰুওৱা সকলৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ভগৱানে তেওঁলোকক এই জটিল সময়ত ধৈৰ্য্য নেহেৰুৱাবলৈ শক্তি দিয়ক। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে থিতাতে সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাত নিয়োজিত হৈ আছে।”
***
MJPS/RT
(ৰিলিজ আই ডি : 2064473)
অতিথি কক্ষ : 65
ত এই ৰিলিজটো পঢ়ক:
Odia
,
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam