প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে মুম্বাই মেট্ৰ' লাইন ৩ৰ আৰে জেভিএলআৰৰ পৰা বিকেচি ছেক্সনৰ উদ্বোধন উপলক্ষে মুম্বাইবাসীক অভিনন্দন জনাইছে

মুম্বাইৰ মেট্ৰ’ নেটৱৰ্কৰ সম্প্ৰসাৰণে মানুহৰ ‘জীৱন সহজ কৰি তুলিছে’: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, মুখ্যমন্ত্ৰী মাঝি লড়কী বহিন যোজনাৰ হিতাধিকাৰী আৰু মেট্ৰ’ নিৰ্মাণ কৰা শ্ৰমিকৰ সৈতে মত বিনিময় কৰে

Posted On: 05 OCT 2024 9:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাই মেট্ৰ’ লাইন ৩, ফেজ-১ৰ আৰে জেভিএলআৰৰ পৰা বিকেচি ছেক্সনৰ উদ্বোধন উপলক্ষে মুম্বাইবাসীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে মুম্বাইৰ মেট্ৰ’ নেটৱৰ্ক সম্প্ৰসাৰণে মানুহৰ ‘জীৱন সহজ’ কৰি তুলিব।

তেওঁ এক্সত এটা পোষ্টত লিখিছে:

“মুম্বাইৰ মেট্ৰ’ নেটৱৰ্কৰ সম্প্ৰসাৰণে মানুহৰ ‘জীৱন সহজ’ কৰি তুলিছে! মুম্বাই মেট্ৰ’ লাইন ৩, ফেজ-১ৰ আৰে জেভিএলআৰৰ পৰা বিকেচি ছেক্সনৰ উদ্বোধন উপলক্ষে মুম্বাইবাসীক অভিনন্দন।”

শ্ৰী মোদীয়ে মেট্ৰ’ত উঠেও আৰু ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, মুখ্যমন্ত্ৰী মাঝি লড়কী বহিন যোজনাৰ হিতাধিকাৰী আৰু মেট্ৰ’ নিৰ্মাণ কৰা শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰে।

তেওঁ এক্সত এটা পোষ্টত লিখিছে:

“ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, মুখ্যমন্ত্ৰী মাঝি লড়কী বহিন যোজনাৰ হিতাধিকাৰী আৰু মেট্ৰ’ নিৰ্মাণ কৰা শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰি আনন্দিত হ’লোঁ।”

**********

MJPS/SR



(Release ID: 2062738) Visitor Counter : 16