প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

শ্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

Posted On: 02 OCT 2024 9:03AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জন্ম জয়ন্তীত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী লাল বাহাদুৰ শাস্ত্ৰীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

‘এক্স’-ৰ এটা ‘পোষ্ট’ত তেওঁ কয়:

"দেশৰ সৈনিক, কৃষক আৰু স্বাভিমানৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।”

 

***

MJPS/SR/SKS/KB



(Release ID: 2061449) Visitor Counter : 3