প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্ম জয়ন্তীত শ্বহীদ ভগত সিঙক স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

प्रविष्टि तिथि: 28 SEP 2024 9:40AM by PIB Guwahati

জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাধীনতা সংগ্ৰামী ভগত সিঙক স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত নিম্নলিখিত শিৰোনামেৰে এটা ‘ভিডিঅ' ক্লিপ’ ‘পোষ্ট’ কৰিছে:

"শ্বহীদ ভগত সিঙলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যিয়ে মাতৃভূমিৰ স্বাভিমান ৰক্ষা কৰিবলৈ নিজৰ জীৱন উৎসর্গ কৰিছিল। "

***

MJPS/RT


(रिलीज़ आईडी: 2060162) आगंतुक पटल : 84
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam