পোষ্ট কৰা হৈছে:
27 SEP 2024 1:13PM by PIB Guwahati
তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এম কে ষ্টালিনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে;
"তামিলনাডুৰ মুখ্যমন্ত্ৰী থিৰু @mkstalin-য়ে প্ৰধানমন্ত্ৰী @narendramodi সাক্ষাৎ কৰে। @CMOTamilnadu"
**********
MJPS/ST/KB