প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উৰিষ্যাৰ ভুৱনেশ্বৰত ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে

Posted On: 17 SEP 2024 4:02PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যাৰ ভূৱনেশ্বৰত ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত পোষ্ট কৰিছে;

"চাহখোৱৰ সময়ত কথা-বতৰা পাতি ভাল লাগিল! ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ হিতাধিকাৰীসকলৰ সৈতে একেলগে বহি তেওঁলোকৰ জীৱনৰ কথা শুনিলো। বিশেষকৈ এই আঁচনিসমূহৰ পৰা বৃহৎ সংখ্যক মহিলা উপকৃত হোৱা দেখি আনন্দিত হৈছোঁ। তেওঁলোকে এই আঁচনি আৰু এনে ধৰণৰ অন্যান্য আঁচনিসমূহে কেনেদৰে তেওঁলোক জীৱনৰ পৰিৱৰ্তন ঘটাইছে সেই বিষয়ে বহু কথা ক’লে।"

 “ଚା’ ପିଇବା ସହ ଆନନ୍ଦଦାୟକ ବର୍ତ୍ତାଳାପ ! ପିଏମ ଆବାସ ଯୋଜନାର ହିତାଧିକାରୀଙ୍କ ସହ ବସି ସେମାନଙ୍କ ଜୀବନ ଯାତ୍ରା ବିଷୟରେ ଶୁଣିଲି । ବିଶେଷ କରି ବହୁ ସଂଖ୍ୟକ ମହିଳା ଏହି ଯୋଜନାରେ ଉପକୃତ ହେଉଥିବା ଦେଖି ଖୁସି ଲାଗୁଛି। ଏହି ଯୋଜନା ଏବଂ ଏଭଳି ଅନ୍ୟ ଯୋଜନା କିପରି ଜୀବନରେ ପରିବର୍ତ୍ତନ ଆଣିଛି ସେ ବିଷୟରେ ସେମାନେ କହିଥିଲେ ।”

***

MJPS/TS/KB



(Release ID: 2055737) Visitor Counter : 16