প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

শ্ৰী সোমনাথ ন্যাসৰ বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

Posted On: 16 SEP 2024 7:53AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী সোমনাথ ন্যাসৰ বৈঠকত অধ্যক্ষতা কৰে৷

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“গান্ধীনগৰত শ্ৰী সোমনাথ ন্যাসৰ এখন বৈঠকত অধ্যক্ষতা কৰিলোঁ৷ আমি তীৰ্থযাত্ৰীসকলৰ বাবে অভিজ্ঞতা বৃদ্ধি কৰাৰ লগতে বিভিন্ন সুবিধাসমূহ অধিক উন্নত কৰাৰ উপায়ৰ সন্দৰ্ভত বুজ ল’লো।"

***

 

MJPS/RT/DB



(Release ID: 2055298) Visitor Counter : 18