প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জ্যেষ্ঠ সাংবাদিক তথা লেখক উমেশ উপাধ্যায়ৰ বিয়োগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে

प्रविष्टि तिथि: 01 SEP 2024 10:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ সাংবাদিক তথা লেখক উমেশ উপাধ্যায়ৰ বিয়োগত শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

“ডিজিটেল মিডিয়াৰ পৰা আৰম্ভ কৰি টেলিভিছনৰ ক্ষেত্ৰখনলৈ বহুমূলীয়া বৰঙণি আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক তথা লেখক উমেশ উপাধ্যায়ৰ বিয়োগত অত্যন্ত দুখ পাইছোঁ। তেওঁৰ বিয়োগ সাংবাদিকতা জগতৰ বাবে এক অপূৰণীয় ক্ষতি। শোকৰ এই সময়ত তেওঁৰ পৰিয়ালৰ প্ৰতি সমবেদনা ব্যক্ত কৰিছোঁ। ঔম শান্তি!”

**********

 

MJPS/TS


(रिलीज़ आईडी: 2050856) आगंतुक पटल : 80
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam