প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কেৰালাৰ মুখ্যমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 27 AUG 2024 2:16PM by PIB Guwahati

কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰায়ি বিজয়নে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

"কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী @pinarayivijayan প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।"

 

***

MJPS/RT/HS/AT
 


(ৰিলিজ আই ডি : 2049138) অতিথি কক্ষ : 83