প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিশ্ব সংস্কৃত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উষ্ম শুভেচ্ছা জ্ঞাপন

प्रविष्टि तिथि: 19 AUG 2024 2:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব সংস্কৃত দিৱস উপলক্ষে সকলোকে সম্ভাষণ জনায়। তেখেতে সংস্কৃত ভাষাৰ প্ৰসাৰৰ বাবে প্ৰচেষ্টা হাতত লোৱাসকলক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে এক্সৰ এটা প’ষ্টত এইদৰে কয়ঃ

"বিশ্ব সংস্কৃত দিৱসৰ শুভেচ্ছা জনালোঁ। সংস্কৃতৰ প্ৰতি অত্যন্ত আগ্ৰহী তথা দেৱভাষাটোৰ প্ৰচাৰৰ বাবে প্ৰচেষ্টা হাতত লোৱাসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ।"

*****

MJPS/SR/SB
 


(रिलीज़ आईडी: 2046661) आगंतुक पटल : 102
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam