প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰে

Posted On: 19 AUG 2024 8:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিককে ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত পোষ্ট কৰে:

“ভাতৃ-ভগ্নীৰ অপৰিসীম মৰমৰ প্ৰতীকস্বৰূপ ৰাখী বন্ধন উপলক্ষে সকলো দেশবাসীলৈ অলেখ শুভেচ্ছা। এই পৱিত্ৰ উৎসৱে আপোনালোকৰ সম্পৰ্কলৈ নতুন মধুৰতা আৰু জীৱনলৈ সুখ, সমৃদ্ধি তথা সৌভাগ্য কঢ়িয়াই আনক।

 

***

MJPS/TS/KD
 


(Release ID: 2046522)