প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কৃষকৰ জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনিবলৈ বীজৰ পৰা বজাৰলৈকে চৰকাৰে সকলো প্ৰচেষ্টা হাতত লৈছেঃ প্ৰধানমন্ত্ৰী মোদী
प्रविष्टि तिथि:
12 AUG 2024 12:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে কৃষকৰ জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনিবলৈ বীজৰ পৰা বজাৰলৈকে চৰকাৰে সকলো প্ৰচেষ্টা হাতত লৈছে।
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে লিখা এটা প্ৰৱন্ধৰ সন্দৰ্ভত মন্তব্য কৰি এক্সত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“সমগ্ৰ দেশৰ কৃষক ভাই-ভনীৰ জীৱনত সমৃদ্ধি কঢ়িয়াই আনিবলৈ আমাৰ চৰকাৰ বদ্ধপৰিকৰ। কৃষি মন্ত্ৰী @ChouhanShivraj জীৰ এই প্ৰৱন্ধত কোৱা হৈছে যে আমি কেনেকৈ বীজৰ পৰা বজাৰলৈকে সম্ভৱপৰ সকলো প্ৰচেষ্টা হাতত লৈছো।”
***
MJPS/SR/RT/DB
(रिलीज़ आईडी: 2044460)
आगंतुक पटल : 80
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam