প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

Posted On: 09 AUG 2024 2:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী নেফিউ ৰিঅ’ৰ সৈতে মিলিত হয়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এটা পোষ্টত কয়;

 “নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী @Neiphiu_Rioই  প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”

***

DS/ST/KD
 



(Release ID: 2043698) Visitor Counter : 10