সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ ‘বিশ্ব ঐতিহ্যক্ষেত্ৰ’সমূহ

Posted On: 08 AUG 2024 2:02PM by PIB Guwahati

যোৱা পাঁচ বছৰত দেশৰ পাঁচটা ঐতিহাসিক সম্পদ ‘বিশ্ব ঐতিহ্যক্ষেত্ৰ’ হিচাপে মনোনীত হৈছে। মনোনীত ক্ষেত্ৰসমূহৰ তালিকা ‘পৰিশিষ্ট-২’-ত সংলগ্ন কৰা হৈছে।

‘বিশ্ব ঐতিহ্য’ক্ষেত্ৰৰ তালিকাত স্থানসমূহ অন্তৰ্ভুক্ত হ’লে দেশখনলৈ সুনাম আহে আৰু দৰ্শনাৰ্থীসকল আকৰ্ষিত হয়, যাৰ ফলত ঐতিহাসিক সম্পদৰ চাৰিওফালে অৰ্থনৈতিক বিকাশ আৰু পৰ্যটন বৃদ্ধি হয়। ‘বিশ্ব ঐতিহ্যক্ষেত্ৰ’ৰ তালিকাত নতুনকৈ মনোনীত হোৱা চৰাইদেউৰ ‘মৈদাম’ত পৰ্যটন আৰু সজাগতামূলক প্ৰচাৰৰ বাবে ইতিমধ্যে এক ‘ব্যাখ্যা কেন্দ্ৰ’, বৰষুণত আশ্ৰয় ল’ব পৰাকৈ ব্যৱস্থা, পথ, সংকেত-ফলক আদি প্ৰদান কৰা হৈছে।

ভাৰতৰ স্থানসমূহৰ ৰাজ্য অনুসৰি বিৱৰণ ইয়াৰ সৈতে ‘পৰিশিষ্ট-১’ হিচাপে সংলগ্ন কৰা হৈছে।

কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে আজি ৰাজ্যসভাত এক লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।

 

***

BY/SKT/KB

পৰিশিষ্ট-১

ভাৰত: বিশ্ব ঐতিহ্যক্ষেত্ৰ

ক্ৰমাংক

ক্ষেত্ৰ

ৰাজ্য

বছৰ

আগ্ৰা দুৰ্গ

উত্তৰ প্ৰদেশ

১৯৮৩

অজন্তা গুহা

মহাৰাষ্ট্ৰ

১৯৮৩

ইলোৰা গুহা

মহাৰাষ্ট্ৰ

১৯৮৩

তাজ মহল

উত্তৰ প্ৰদেশ

১৯৮৩

মহাবলীপুৰমৰ স্মাৰকসমূহ

তামিল নাডু

১৯৮৪

  1.  

সূৰ্য মন্দিৰ, কোণাৰ্ক

ওড়িশা

১৯৮৪

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

অসম

১৯৮৫

কেৱলদেউ ৰাষ্ট্ৰীয় উদ্যান

ৰাজস্থান

১৯৮৫

মানস বন্যপ্ৰাণী অভয়াৰণ্য

অসম

১৯৮৫

১০

গীৰ্জা আৰু কনভেণ্ট

গোৱা

১৯৮৬

১১

ফটেহপুৰ চিক্ৰি

উত্তৰ প্ৰদেশ

১৯৮৬

১২

হাম্পীৰ স্মাৰকসমূহ

কৰ্ণাটক

১৯৮৬

১৩

খাজুৰাহোৰ স্মাৰকসমূহ

মধ্য প্ৰদেশ

১৯৮৬

১৪

এলিফেণ্টা গুহা

মহাৰাষ্ট্ৰ

১৯৮৭

১৫

থাঞ্জাভুৰ, গংগাইকোণ্ডাচোলাপুৰণ আৰু দাৰাচুৰামৰ মহান সঞ্জীৱিত চোলা মন্দিৰ

তামিল নাডু

১৯৮৭ তথা ২০০৪

১৬

পট্টাড়কলৰ স্মাৰকসমূহ

কৰ্ণাটক

১৯৮৭

১৭

সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান

পশ্চিম বংগ

১৯৮৭

১৮

নন্দাদেৱী আৰু পুষ্প উপত্যকা ৰাষ্ট্ৰীয় উদ্যান

উত্তৰাখণ্ড

১৯৮৮ তথা ২০০৫

১৯

সাঁচিৰ বৌদ্ধস্তুপ

মধ্য প্ৰদেশ

১৯৮৯

২০

হুমায়ুনৰ সমাধি

দিল্লী

১৯৯৩

২১

কুটুব মিনাৰ আৰু স্মাৰকসমূহ

দিল্লী

১৯৯৩

২২

২২ক ভৰতৰ পাৰ্বত্য ৰেল (দাৰ্জিলিং)

২২খ নীলগিৰি

২২গ কাল্কা-ছিমলা

পশ্চিম বংগ

তামিল নাডু

হিমাচল প্ৰদেশ

১৯৯৯

২০০৫

২০০৮

২৩

বোধ গয়াৰ মহাবোধী মন্দিৰ চৌহদ

বিহাৰ

২০০২

২৪

ভীমবেতাৰ শৈলাশ্ৰয়

মধ্য প্ৰদেশ

২০০৩

২৫

চম্পানেৰ - পৱাগড় পুৰাতাত্ত্বিক উদ্যান

গুজৰাট

২০০৪

২৬

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ

(পূৰ্বতে ভিক্টোৰীয়া টাৰ্মিনাছ)

মহাৰাষ্ট্ৰ

২০০৪

২৭

লাল কিল্লা চৌহদ

দিল্লী

২০০৭

২৮

যন্তৰ মন্তৰ

ৰাজস্থান

২০১০

২৯

পশ্চিম ঘাট

কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, তামিলনাডু

২০১২

৩০

ৰাজস্থানৰ পাহাৰীয়া দুৰ্গ

৩০ক চিত্তোৰগড়

৩০খ কুম্ভল গড়

৩০গ জৈশালমেৰ

৩০ঘ ৰন্থমভোৰ

৩০ঙ অম্বেৰ

৩০চগেগ্ৰন

 

 

 

 

ৰাজস্থান

 

 

 

 

২০১৩

৩১

পাটনৰ ‘ৰাণী-কী-ভাৱ’ (ৰাণীৰ খটখটীযুক্ত কুঁৱা)

গজৰাট

২০১৪

৩২

মহান হিমালয় ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণ ক্ষেত্ৰ

হিমাচল প্ৰদেশ

২০১৪

৩৩

নালন্দাৰ নালন্দা মহাবিহাৰৰ পুৰাতাত্ত্বিক স্থান

বিহাৰ

২০১৬

৩৪

‘দ্য আৰ্কিটেকচাৰেল ৱৰ্ক অব লে কৰ্বুছিয়েৰ’, আধুনিক আন্দোলনলৈ এক অসামান্য অৱদান

চণ্ডীগড়

২০১৬

৩৫

কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান

ছিক্কিম

২০১৬

৩৬

ঐতিহাসিক নগৰী আহমেদাবাদ

গুজৰাট

২০১৭

৩৭

মুম্বাইৰ ‘ভিক্ট'ৰিয়ান গথিক আৰু আৰ্ট ডেকো এনচেম্বল’

মহাৰাষ্ট্ৰ

২০১৮

৩৮

জয়পুৰ মহানগৰী

ৰাজস্থান

২০১৯

৩৯

ঢোলাভিৰা: হৰপ্পাৰ এখন চহৰ

গুজৰাট

২০২১

৪০

কাকতিয়া ৰুদ্ৰেশ্বৰ (ৰামাপ্পা) মন্দিৰ

তেলেংগাণা

২০২১

৪১

শান্তিনিকেতন, ভাৰত

পশ্চিম বংগ

২০২৩

৪২

হয়চালাৰ পবিত্ৰ সংহতি

কৰ্ণাটক

২০২৩

৪৩

মৈদামসমূহ – আহোম ৰাজবংশৰ -সমাধি প্ৰণালী

অসম

২০২৪


(Release ID: 2043385) Visitor Counter : 107