প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজস্থানৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

प्रविष्टि तिथि: 03 AUG 2024 9:34PM by PIB Guwahati

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ কিষাণৰাও বাগড়েই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:

"ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ কিষাণৰাও বাগড়েয়ে প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।"

 

***

DS/KB


(रिलीज़ आईडी: 2041435) आगंतुक पटल : 67
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Hindi_MP , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam