প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ছিকিমৰ ৰাজ্যপালৰ

পোষ্ট কৰা হৈছে: 03 AUG 2024 9:38PM by PIB Guwahati

ছিকিমৰ ৰাজ্যপাল শ্ৰী ওম প্ৰকাশ মাথুৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এইদৰে পোষ্ট কৰিছে;

"ছিকিমৰ ৰাজ্যপাল শ্ৰী ওম প্ৰকাশ মাথুৰে প্ৰধানমন্ত্ৰী @narendramodi সাক্ষাৎ কৰে।"

***

 

DS/ST


(ৰিলিজ আই ডি : 2041418) অতিথি কক্ষ : 75