প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত মনু ভাকেৰৰ ব্ৰঞ্জৰ পদক জয়ৰ মুহুৰ্ত উদযাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
28 JUL 2024 4:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিক, ২০২৪ত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক জয়ৰ বাবে মনু ভাকেৰক অভিনন্দন জনায়।
এক্স হেণ্ডেলৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“এক ঐতিহাসিক পদক! #ParisOlympics2024ত ভাৰতৰ প্ৰথমটো পদক জয়ৰ বাবে @realmanubhakerৰ সুন্দৰ প্ৰদৰ্শন! ব্ৰঞ্জ পদকৰ বাবে অভিনন্দন। এই সফলতা যথেষ্ঠ গুৰুত্বপূৰ্ণ কিয়নো তেওঁ শ্বুটিঙৰ পদক জয় কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হ’ল। এক অবিশ্বাস্য কৃতিত্ব! #Cheer4Bharat”
*****
DS/ST/DB
(रिलीज़ आईडी: 2038943)
आगंतुक पटल : 62
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
हिन्दी
,
Hindi_MP
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam