প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুৰু পূৰ্ণিমা উপলক্ষে জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

পোষ্ট কৰা হৈছে: 21 JUL 2024 10:21AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু পূৰ্ণিমাৰ পৱিত্ৰ উপলক্ষত জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে।

এটা এক্স পোষ্টত, প্ৰধানমন্ত্ৰীয়ে কৈছে;

“পৱিত্ৰ উৎসৱ গুৰু পূৰ্ণিমাৰ সকলো দেশবাসীক বহুত বহুত শুভকামনা।”

**********

 

DS/ST


(ৰিলিজ আই ডি : 2034850) অতিথি কক্ষ : 84