পোষ্ট কৰা হৈছে:
16 JUL 2024 12:45PM by PIB Guwahati
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী সুখৱিন্দৰ সিং সুখুৱে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটাৰৰ পোষ্টত কয়ঃ
“হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী সুখৱিন্দৰ সিং সুখুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷”
***
DS/TS/DB