প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কে. কামৰাজলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 15 JUL 2024 4:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কে. কামৰাজৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;

“জন্ম বাৰ্ষিকীত কে. কামৰাজক স্মৰণ কৰিছোঁ। দূৰদৰ্শী নেতৃত্ব আৰু দৰিদ্ৰৰ উত্থানৰ অৰ্থে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে তেওঁ বহুলভাৱে সমাদৃত। শিক্ষাৰ দৰে খণ্ডত তেওঁ অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে। এখনি ন্যায়পৰায়ণ তথা দয়ালু সমাজ গঢ়াৰ সমান্তৰালকৈ তেওঁৰ আদৰ্শৰাজি পৰিপূৰণ কৰাৰ অংগীকাৰৰ কথা দোহাৰিছোঁ।”

********

DS/ST/SB
 



(Release ID: 2033527) Visitor Counter : 16