পোষ্ট কৰা হৈছে:
15 JUL 2024 12:18PM by PIB Guwahati
মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড কে ছাংমাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটাৰ পোষ্টত কয়;
“মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী @SangmaConradই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে। @CMO_Meghalaya”
*********
DS/ST/DB