প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিশিষ্ট অৰ্থনীতিবিদসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

प्रविष्टि तिथि: 11 JUL 2024 8:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিটি আয়োগত বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে মত বিনিময় কৰেয

টুইটাৰৰ পোষ্টত প্ৰধানমনন্ত্ৰীয়ে কয়ঃ

"আজি পুৱা বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে মত বিনিময় কৰিলোঁ আৰু বিকাশৰ ধাৰা আগুৱাই নিয়াৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত তেওঁলোকৰ অন্তৰ্দৃষ্টিসম্পন্ন মতামত শুনিলোঁ।"

***

DS/MS


(रिलीज़ आईडी: 2033240) आगंतुक पटल : 69
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam