প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ পাঞ্জাৱৰ ৰাজ্যপাল তথা চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকৰ
प्रविष्टि तिथि:
26 JUN 2024 12:22PM by PIB Guwahati
পাঞ্জাৱৰ ৰাজ্যপাল তথা চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক শ্ৰী বানৱাৰীলাল পুৰোহিতে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
প্ৰধানমন্ত্ৰী কাৰ্যালয় (পিএমঅ’)ৰ টুইটাৰ পোষ্টত কয়ঃ
“পাঞ্জাৱৰ ৰাজ্যপাল তথা চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক শ্ৰী বানৱাৰীলাল পুৰোহিতে প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে৷”
***
DS/SR/DB
(रिलीज़ आईडी: 2028810)
आगंतुक पटल : 94
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Hindi_MP
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam