প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পদহস্তাসনৰ ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 16 JUN 2024 10:10AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পদহস্তাসন বা হাতৰ পৰা ভৰিলৈ ভংগীমাৰ ওপৰত বিশদ ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰি জনসাধাৰণক এই ভংগীমাৰ অনুশীলন কৰিবলৈ আহ্বান জনায়, কাৰণ ই মেৰুদণ্ডৰ বাবে উপকাৰী আৰু ঋতুস্ৰাৱৰ বিষত সহায় কৰে।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দশম সংস্কৰণৰ পূৰ্বে শ্বেয়াৰ কৰা এই ক্লিপসমূহত ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে ভংগীমা প্ৰদৰ্শনৰ পদক্ষেপসমূহৰ বিষয়েও বিশদভাৱে উল্লেখ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"পদহস্তাসনৰ কেইবাটাও উপকাৰ আছে...অভ্যাস কৰক।"

"पादहस्तासन का नियमित अभ्यास कई तरह से फायदेमंद है…"

**********

 

DS/RT


(रिलीज़ आईडी: 2025734) आगंतुक पटल : 82
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam