উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

ড০ সুকান্ত মজুমদাৰে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে

प्रविष्टि तिथि: 11 JUN 2024 5:28PM by PIB Guwahati

ড০ সুকান্ত মজুমদাৰে আজি উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে।

ড০ মজুমদাৰে সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ দূৰদৰ্শী নেতৃত্বৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

ড০ মজুমদাৰে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ বাবে তেওঁৰ দৃষ্টিভংগীৰ বিষয়ে অৱগত কৰে।

 

*****

MG/MS/AA


(रिलीज़ आईडी: 2024387) आगंतुक पटल : 109
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Hindi_MP , Manipuri , Telugu , Malayalam