উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

মহিলা কৰ্মচাৰীসকলক আত্মৰক্ষাৰ বিষয়ে সজাগ কৰাৰ সন্দৰ্ভত কৰ্মশালা উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ

Posted On: 01 MAY 2024 4:44PM by PIB Guwahati

ড’নাৰ মন্ত্ৰালয়ৰ যুটীয়া সম্পাদক শ্ৰীমতী অনুৰাধা এছ. আভ্যন্তৰীণ অভিযোগ সমিতিৰ অধ্যক্ষ চাগতিৰ লগতে শ্ৰীমতী মনালিছা দাস জে এছ, শ্ৰীমতী সুচিতা গুপ্তা, এছ এৰ সৈতে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সকলো মহিলা কৰ্মচাৰী আৰু নিযুক্ত চি আই এছ এফৰ বিষয়াসকলক লৈ  আত্মৰক্ষা কৌশলকে ধৰি মহিলাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত বিজ্ঞান ভৱনৰ এনেক্স কমপ্লেক্স এখনি কৰ্মাশাল আয়োজন কৰা হয়৷ সমিতিৰ আন সদস্যসকলৰ লগতে সমিতিৰ বাহ্যিক সদস্য শ্ৰীমতী বৈশালি ধূটো উপস্থিত থাকে। শ্ৰীমতী ধূট স্ত্ৰীবল ফাউণ্ডেশ্যনৰ চিইঅ’। তেওঁ এগৰাকী অভিজ্ঞ আত্মৰক্ষা প্ৰশিক্ষক আৰু টাইকোৱাণ্ডো সমৰ কলাৰ ৪ৰ্থ ডান ব্লেক বেল্ট লাভ  কৰোঁতা।

 

এই বিস্তৃত পৰ্বত মৌলিক কৌশল, পৰিস্থিতি সজাগতা, পান্স, ব্লক আৰু অন্যান্য আত্মৰক্ষা কৌশলৰ বিষয়ে আলোচনা কৰা হয়। শ্ৰীমতী ধূটে আত্মৰক্ষা কৌশলক অগ্ৰাধিকাৰ দিয়াৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতিগৰাকী মহিলাক দিনটোত কমেও ১০ মিনিট সময় ব্যায়াম আৰু আত্মৰক্ষাৰ প্ৰশিক্ষণৰ বাবে উৎসৰ্গা কৰিবলৈ উৎসাহিত কৰে।

তেওঁ আলোকপাত কৰে যে এই দক্ষতাসমূহে কেৱল ব্যক্তিগত সুৰক্ষা সুনিশ্চিত কৰাই নহয়, মহিলাসকলক আনক সহায় আৰু সুৰক্ষা প্ৰদান কৰিবলৈও সক্ষম কৰে।

***

MG/MS/SK/VL/DB


(Release ID: 2019536) Visitor Counter : 60