প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰমজানৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
11 MAR 2024 8:58PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৱিত্ৰ ৰমজানৰ শুভেচ্ছা জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰি লিখিছে:
“সকলোকে ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই পৱিত্ৰ মাহটোৱে সকলোৰে জীৱনত আনন্দ, সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনক।”
***
DS/TS
(ৰিলিজ আই ডি : 2013616)
অতিথি কক্ষ : 163
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam