পোষ্ট কৰা হৈছে:
08 MAR 2024 3:29PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাৰী দিৱসত কয় যে আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকল বিকশিত ভাৰতৰ শক্তিশালী যোগসূত্ৰ।
প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত এইদৰে কয়:
"লাখপতি দিদি যোজনা সমগ্ৰ দেশতে মহিলা সবলীকৰণৰ এটা বৃহৎ মাধ্যম হৈ পৰিছে। আত্মসহায়ক গোটৰ সৈতে জড়িত আমাৰ মাতৃ, ভগ্নী আৰু কন্যাসকল এখন বিকশিত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত এক শক্তিশালী যোগসূত্ৰ।"
**********
DS/SKS