প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসভালৈ শ্ৰীমতী সুধা মূৰ্তিৰ মনোনয়নত সুখ প্ৰকাশ কৰে
प्रविष्टि तिथि:
08 MAR 2024 2:13PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমতী সুধা মূৰ্তিক ৰাজ্যসভালৈ মনোনয়ন দিয়াত সুখ প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"ভাৰতৰ ৰাষ্ট্ৰপতিয়ে @SmtSudhaMurty জীক ৰাজ্যসভালৈ মনোনীত কৰাত মই আনন্দিত হৈছোঁ। সমাজসেৱা, পৰোপকাৰ আৰু শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত সুধা জীৰ অৱদান অপৰিসীম আৰু প্ৰেৰণাদায়ক। ৰাজ্যসভাত তেওঁৰ উপস্থিতি আমাৰ 'নাৰী শক্তি'ৰ প্ৰবল সন্মান, যি আমাৰ দেশৰ ভাগ্য গঢ় দিয়াৰ ক্ষেত্ৰত মহিলাৰ শক্তি আৰু সম্ভাৱনাৰ আদৰ্শ। তেওঁৰ সফল সংসদীয় কাৰ্যকালৰ কামনা কৰিলোঁ।"
**********
DS
(रिलीज़ आईडी: 2013110)
आगंतुक पटल : 110
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam