প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জম্মু-কাশ্মীৰৰ এগৰাকী উদ্যোগী তথা চৰকাৰী আঁচনিৰ হিতাধিকাৰী নাজিমৰ সৈতে ছেলফিৰ বাবে সঁহাৰি দিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
07 MAR 2024 3:23PM by PIB Guwahati
জম্মু-কাশ্মীৰৰ পুলৱামাৰ এগৰাকী উদ্যোগী তথা চৰকাৰী আঁচনিৰ হিতাধিকাৰী শ্ৰী নাজিমে ‘বিকশিত ভাৰত বিকশিত জম্মু কাশ্মীৰ’ কাৰ্যসূচীত হোৱা বাৰ্তালাপৰ সময়ত কৰা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ‘ছেলফি’ উঠাৰ বাবে সাজু হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"মোৰ বন্ধু নাজিমৰ সৈতে এটা স্মৰণীয় ছেলফি উঠিলোঁ। তেওঁ কৰি থকা ভাল কামৰ দ্বাৰা মই প্ৰভাৱিত হৈছোঁ। ৰাজহুৱা সভাত তেওঁ এখন ‘ছেলফি’ৰ বাবে অনুৰোধ কৰিছিল আৰু তেওঁক লগ পাই সুখী হৈছিলোঁ। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জনাইছোঁ।"
***
DS/TS/KB
(ৰিলিজ আই ডি : 2012208)
অতিথি কক্ষ : 115
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam