প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চিকিৎসালয়লৈ গৈ স্বামী স্মৰণানন্দ জী মহাৰাজৰ স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
05 MAR 2024 9:08PM by PIB Guwahati
‘ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছন’ৰ অধ্যক্ষ শ্ৰীমত্ স্বামী স্মৰণানন্দ জী মহাৰাজৰ স্বাস্থ্যৰ বুজ ল’বলৈ কলকাতাৰ এখন চিকিৎসালয়লৈ যায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"কলকাতাত উপস্থিত হোৱাৰ পিছত চিকিৎসালয়লৈ গৈ ‘ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছন’ৰ অধ্যক্ষ শ্ৰীমত্ স্বামী স্মৰণানন্দ জী মহাৰাজৰ স্বাস্থ্যৰ বুজ লওঁ।
আমি সকলোৱে তেওঁৰ সুস্বাস্থ্য আৰু দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।"
***
DS/RT/KB
(ৰিলিজ আই ডি : 2011822)
অতিথি কক্ষ : 122
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam