প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পশ্চিমবঙ্গৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

পোষ্ট কৰা হৈছে: 01 MAR 2024 7:34PM by PIB Guwahati

পশ্চিমবঙ্গৰ ৰাজ্যপাল ডাঃ চি ভি আনন্দ বসুৱে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে 'এক্স'ত পোষ্ট কৰে:

'পশ্চিমবঙ্গৰ ৰাজ্যপাল ডাঃ চি ভি আনন্দ বসুৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।'

**********

 

DS/TS


(ৰিলিজ আই ডি : 2011215) অতিথি কক্ষ : 133