প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ

प्रविष्टि तिथि: 01 MAR 2024 7:32PM by PIB Guwahati

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জীয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত এইদৰে পোষ্ট কৰিছেঃ

"পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জীজীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।"

**************

 

DS/TS/KG


(रिलीज़ आईडी: 2011208) आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam