প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মধ্যপ্ৰদেশৰ দিনদৌৰীত সংঘটিত পথ দুৰ্ঘটনাত পীড়িতসকললৈ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 29 FEB 2024 1:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ দিনদৌৰীত সংঘটিত পথ দুৰ্ঘটনাত পীড়িতসকললৈ এককালীন সাহায্য ঘোষণা কৰিছে৷

পিএমএনআৰএফৰ অধীনত প্ৰতিগৰাকী মৃতকৰ আত্মীয়ক ২লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় টুইটাৰ পোষ্টত কয়;

“মধ্যপ্ৰদেশৰ দিনদৌৰীৰ দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰতিগৰাকী ব্যক্তি আত্মীয়ক ২লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব৷ আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi”

***

DS/ST/DB


(रिलीज़ आईडी: 2010118) आगंतुक पटल : 95
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam