প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশৰ কাচগঞ্জত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হানি হোৱা সকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
24 FEB 2024 6:55PM by PIB Guwahati
উত্তৰ প্ৰদেশৰ কাচগঞ্জত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;
"হৃদয়বিদাৰক! উত্তৰ প্ৰদেশৰ কাচগঞ্জত ট্ৰেক্টৰ ট্ৰলী পুখুৰীত পৰা দুৰ্ঘটনাটো সঁচাকৈয়ে বেদনাদায়ক। এই দুৰ্ঘটনাত প্ৰিয়জনক হেৰুৱাৱাসকলৰ প্ৰতি মোৰ সমবেদনা জনাইছোঁ। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও মই প্ৰাৰ্থনা জনাইছোঁ। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক যথা সম্ভৱ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে নিয়োজিত হৈ আছে: প্ৰধানমন্ত্ৰী @narendramodi"
***
DS/ST/KB
(रिलीज़ आईडी: 2008895)
आगंतुक पटल : 82
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam