প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ভাৰত ৰত্নৰে সন্মানিত কৰ্পুৰী ঠাকুৰৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে
प्रविष्टि तिथि:
12 FEB 2024 4:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীস্থিত নিজৰ বাসভৱনত ভাৰত ৰত্নৰে সন্মানিত কৰ্পুৰী ঠাকুৰৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
"ভাৰত ৰত্নৰে সন্মানিত জননায়ক কৰ্পুৰী ঠাকুৰ জীৰ পৰিয়ালৰ সদস্যসকলক লগ পাই অত্যন্ত আনন্দিত। কৰ্পুৰী জী সমাজৰ পিছপৰা আৰু বঞ্চিত শ্ৰেণীসমূহৰ মসীহা হৈ আছে, যাৰ জীৱন আৰু আদৰ্শই দেশৱাসীক নিৰন্তৰ অনুপ্ৰাণিত কৰি থাকিব।"
**********
DS/ST
(रिलीज़ आईडी: 2005542)
आगंतुक पटल : 109
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam