পোষ্ট কৰা হৈছে:
02 FEB 2024 2:34PM by PIB Guwahati
কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱৰচান্দ গেহলটে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটাৰ পোষ্টত কয়ঃ
“কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱৰচান্দ গেহলটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷”
***
DS/RT/DB