পোষ্ট কৰা হৈছে:
30 JAN 2024 1:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজঘাটত মহাত্মা গান্ধীৰ পুণ্য তিথি উপলক্ষে পুষ্পাঞ্জলি অৰ্পণ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে;
"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতি পুষ্পাঞ্জলি অৰ্পণ কৰে।"
*********
DS/ST/DD/AT