গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ বাৰ্তালাপ পৰীক্ষাৰ সময়ত আমাৰ যুৱ প্ৰজন্মই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত এক অন্তৰ্দৃষ্টিপূৰ্ণ শিক্ষা আছিল
মোদীজীৰ কথাবোৰে তেওঁলোকক কেৱল জীৱনৰ পথত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰাই নহয়, মানসিক চাপ নিয়ন্ত্ৰণ কৰাৰ বাবেও সহায়ক আছিল
প্ৰধানমন্ত্ৰীজীৰ কথাবোৰে আমাৰ ভৱিষ্যত প্ৰজন্মক উন্নত শিক্ষা প্ৰদান কৰা আৰু ডাঙৰ-দীঘল কৰাত শিক্ষক আৰু অভিভাৱকসকলক সহায় কৰিব
प्रविष्टि तिथि:
29 JAN 2024 7:43PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে 'পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ বাৰ্তালাপ পৰীক্ষাৰ সময়ত আমাৰ যুৱ প্ৰজন্মই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত এক অন্তৰ্দৃষ্টিপূৰ্ণ শিক্ষা আছিল।
এক্স প্লেটফৰ্মৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে 'পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ বাৰ্তালাপ পৰীক্ষাৰ সময়ত আমাৰ যুৱ প্ৰজন্মই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত এক অন্তৰ্দৃষ্টিপূৰ্ণ শিক্ষা আছিল। মোদীজীৰ কথাবোৰে তেওঁলোকক কেৱল জীৱনৰ পথত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰাই নহয়, মানসিক চাপ নিয়ন্ত্ৰণ কৰাৰ বাবেও সহায়ক আছিল। প্ৰধানমন্ত্ৰীজীৰ কথাবোৰে আমাৰ ভৱিষ্যত প্ৰজন্মক উন্নত শিক্ষা প্ৰদান কৰা আৰু ডাঙৰ-দীঘল কৰাত শিক্ষক আৰু অভিভাৱকসকলক সহায় কৰিব।"
*************************
RK / ASH / RR / AK/KG
(रिलीज़ आईडी: 2000476)
आगंतुक पटल : 144