প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৰামায়ণৰ আৱেগপূৰ্ণ সবৰী খণ্ডত মৈথিলী ঠাকুৰে গোৱা গীত এটি শ্বেয়াৰ কৰে

Posted On: 20 JAN 2024 9:22AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামায়ণৰ আৱেগপূৰ্ণ সবৰী খণ্ডত মৈথিলী ঠাকুৰে গোৱা গীত এটি শ্বেয়াৰ কৰিছে।

 

শ্ৰী মোদীয়ে কয় যে অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানে সকলোকে ভগৱান শ্ৰী ৰামৰ জীৱন আৰু আদৰ্শৰ সৈতে সম্পৰ্কিত বিভিন্ন প্ৰসংগৰ বিষয়ে সোঁৱৰাই দিছে।

 

এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

 

"অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানে সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকলক ভগৱান শ্ৰী ৰামৰ জীৱন আৰু আদৰ্শৰ সৈতে সম্পৰ্কিত প্ৰতিটো ঘটনাৰ কথা সোঁৱৰাই দিছে। এনেকুৱা এটা আৱেগপূৰ্ণ খণ্ড সবৰীৰ সৈতে সম্পৰ্কিত। মৈথিলী ঠাকুৰজীয়ে কিদৰে তেখেতৰ সুমধুৰ কণ্ঠত ইয়াক গাইছে শুনিবচোন। #ShriRamBhajan "

************** 

 

DS/ST/KG



(Release ID: 1998486) Visitor Counter : 51